অসমশীৰ্ষ

চলিত বৰ্ষৰ পৰাই CBSEৰ বিদ্যালয়ত সংগীত-নৃত্য বাধ্যতামূলক

22000 বিদ্যালয়ত কলা শিক্ষা বাধ্যতামূলক

প্ৰথম খবৰ ব্যুৰ’: চিবিএছইৰ অধীনত থকা বিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ পৰা কলা শিক্ষা বাধ্যতামূলক কৰা হৈছে৷ কলা শিক্ষাৰ অধীনত সপ্তাহত দুটাকৈ পিৰিয়দত মিউজিক, ভিজুৱেল আৰ্ট, ডান্স আৰু থিয়েটাৰৰ বিষয়ে পাঠদান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ পৰ্যন্ত এই কলা শিক্ষা বাধ্যতামূলক কৰা হ’ব৷ লগতে শিক্ষকৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীও গ্ৰহণ কৰিব বৰ্ডে৷

Related Articles

Leave a Reply

Close