অসমবিনোদনশীৰ্ষ

চাকৰি দিব প্ৰিয়ংকা চোপ্ৰাই, এপ্লাই কৰক

বিনোদন খবৰ: মোহনীয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চাকৰি দিব৷ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে কাম কৰিবলৈ অতি শীঘ্ৰেই আবেদন কৰক আপুনিও৷ আচলতে প্ৰিয়ংকা চোপ্ৰাৰ ডেটিং এপ বাম্বল বিজৰ জৰিয়তে নিজৰ বাবে এজন মাৰ্কেটিং সহযোগী বিচাৰিছে প্ৰিয়ংকাই৷ লগতে প্ৰিয়ংকাৰ প্ৰযোজনা সংস্থা পাৰ্পল পেবেল প্ৰডাকশ্যনৰ বাবেও প্ৰডাকশ্যন সহযোদী এজন লাগে প্ৰিয়ংকা চোপ্ৰাক৷ প্ৰিয়ংকাৰ নতুন ছবি দ্য স্কাই ইজ পিংক ছবিখনতো হ’ব এই চাকৰিৰ সংযোজন৷ প্ৰিয়ংকাৰ বেম্বল বিজ এপতে উপলব্ধ কৰা হৈছে চাকৰিৰ সবিশেষ তথ্য৷

Related Articles

Leave a Reply

Close