অসমৰাষ্ট্ৰীয়

উত্তৰ পূবত ৫.৫ প্ৰাবল্যৰ ভূঁইকঁপ

নিউজ ডেস্ক, প্ৰথম খবৰ: উত্তৰ পূবৰ লগতে মহানগৰী আৰু উপকণ্ঠ অঞ্চলত ভুঁইকঁপ অনুভূত। দিনৰ ১.১৭ বজাত এই ভূঁইকঁপ অনুভূত হয়। ভূঁইকঁপৰ অভিকেন্দ্ৰ মণিপুৰৰ সেনাপতি জিলা বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলক ৫.৫ প্ৰাবল্যৰ এই ভূঁইকঁপত ক্ষয়ক্ষতিৰ বাতৰি এই পৰ্যন্ত লাভ কৰা নাই।

Related Articles

Leave a Reply

Close