অসমশীৰ্ষ

লামডিঙত মমতাক টাৰ্গেট মহাভাৰতৰ ‘দৌপদী’ৰ

প্ৰথম খবৰ ব্যুৰ’-
মহাভাৰতৰ দ্ৰৌপদীখ্যাত ৰূপা গাংগুলী অসমলৈ আহিছে। বিজেপিৰ হৈ প্ৰচাৰ চলাই লামডিঙত নিৰ্বাচনী সভাক সম্বোধন কৰা ৰূপা গাংগুলীৰ টাৰ্গেট পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমৰ পৰিস্থিতি ভালেই বুলি কৈ, পশ্চিমবংগত মমতা বেনাৰ্জীয়ে অপপ্ৰচাৰ চলোৱাৰো অভিযোগ আনিলে ৰাজ্যসভাৰো সাংসদ ৰূপা গাংগুলীয়ে। ইপিনে, বিজেপিৰ এই প্ৰচাৰ কাৰ্যসূচীত ৰূপা গাংগুলীক সংগ দি সভাত উপস্থিত থাকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, মাঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, মন্ত্ৰী নৱ কুমাৰ দলেও।

Related Articles

Leave a Reply

Close