অসমশীৰ্ষ

আহক এটা ভাল কাম কৰো, এজন যুৱকক উদ্ধাৰ কৰো

# আপোনাৰ সহায়ৰ প্ৰয়োজন, বাতৰি নহয়, কাতৰ আহ্বান
# উৰিষ্যাৰ ভুবনেশ্বৰত আবদ্ধ মঙলদৈৰ যুৱক ।
# উৰিষ্যাত ফণী প্ৰভাৱত পৰা বহু তীৰ্থযাত্ৰী অসম চৰকাৰে উদ্ধাৰ কৰি আনিলে যদিও বৰ্তমানো আবদ্ধ বহু লোক ।
# আৰ্থিক সংকট হোৱাৰ লগতে খাদ্য সংকটত পৰিছে বহু অসমৰ লোকে ।।
# উৰিষ্যাত আবদ্ধ দৰঙৰ মেধাবী ছাত্ৰ।
# 1 may ত মঙ্গলদৈ চপাই প্ৰিয়াংশু চহৰীয়া নামৰ এগৰাকী ছাত্ৰ ভুৱনেশ্বৰ IIT ত mtech এণ্ট্ৰেন্স পৰীক্ষা দিব গৈছিল ।
# flight cancel হোৱা বাবে হোটেল ত থাকিব লগা হৈছে।
# পৰিয়ালৰ লোকে যোগাযোগ কৰিব পৰা নাই ।
# আৰ্থিক সংকটত ছাত্ৰ গৰাকী ।
# ফোনৰো নাই কোনো যোগাযোগ ।
# ATM ব্যৱহাৰ কৰিব পৰা নাই ।
# চিন্তাত পৰিছে পৰিয়ালটো ।
# উৰিষ্যাৰ ভুৱনেশ্বৰৰ জগমোহন নগৰৰ OYO 10271 hotel guest inn নামৰ হোটেলত আৱদ্ধ মঙ্গলদৈ ৰ পৰীক্ষাৰ্থী ।
ফোন 7868922241
আহক চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি যুৱকজনক সোনকালে উদ্ধাৰৰ ব্যৱস্থা কৰো৷

Related Articles

Leave a Reply

Close