অসমশীৰ্ষ

এঘাৰটা স্থান লাভৰে নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে শিক্ষাৰ্থীয়ে

পুনৰ উজ্বলিল নগাওঁ

বিজ্ঞান শাখা
১ম স্হান- বিতুপন আৰন্ধৰা (৪৭৮), ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় , নগাঁও
৩য়- হৃদিপ্ৰিয়ম শৰ্মা(,৪৭৬) ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়,নগাঁও
৪ৰ্থ- হিৰকজ্যোতি হাজৰিকা(৪৭৫)
মেট্ৰিক্স কনিষ্ঠ মহাবিদ্যালয়, নগাঁও
৫ম- আয়ান কৌশিক মহন্ত (৪৭৩), ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও
৫ম- বিশাল বৰুৱা,(৪৭৩) ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও
৮ম শুভাৰ্শীষ দে, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও
৯ম- অভিজ্ঞান ডি বাঢ়ৈ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, নগাঁও
১০ম- পুস্পা গুপ্তা, কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়, নগাঁও
১০ম- কৌস্তভ কিশোৰ কলিতা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় ,নগাঁও

কলা শাখা

২য় স্হান- গীতাঞ্জলি বৰঠাকুৰ(৪৭৫),কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়, নগাঁও

বানিজ্য শাখা

ষষ্ঠ – তানিচা আলমপুৰীয়া (৪৫৯)
গীতাঞ্জলি কনিষ্ঠ মহাবিদ্যালয়, নগাঁও

Related Articles

Leave a Reply

Close