অসমশীৰ্ষ

বালিপৰাত বীৰ ছহিদ কালিদাস শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

বালিপৰাত বীৰ শ্বহীদ কালিদাস শৰ্মাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বন্তি প্ৰজ্বলন

প্ৰথম খবৰ, বালিপৰা:
চুবুৰীয়া ৰাজ্য নাগালেণ্ডত উগ্ৰপন্হী সংগঠন এন এচ চি এনে ৪০ অসম ৰাইফলছৰ ওপৰত অতৰ্কিতে চলোৱা ভয়াবহ আক্ৰমনত শ্বহীদ হোৱা বালিপৰাৰ সমীপৰ খনামুখ মানশিৰিৰ বেৰাজান গাওঁৰ নিৱাসী কালিদাস শৰ্মাক সো ৱঁৰি অাজি সন্ধিয়া বালিপৰা অাঞ্চলিক ছাত্ৰ সন্থা,অসম সেনাৰ উদ্যোগত অাৰু বালিপৰা ব্যৱসায়ী সন্হা ,বালিপৰা প্ৰেছ ক্লাৱ , আৰু স্হানীয় বিভিন্ন দল সংগঠনৰ সহযোগত এটি শ্ৰদ্ধাজ্ঞলী অনুষ্ঠানৰ অায়োজন কৰা হয় । অসম সন্তান বীৰ শ্বহীদ ঁকালিদাস শৰ্মাই দেশৰ বাবে যুঁজি প্ৰাণ অাহুতি দিয়া কাৰ্য্যক সোৱৰি উপস্হিত ৰাইজে বন্তি প্ৰজ্বলন কৰাৰ লগতে সন্ত্রাসবাদ নিপাত যাওক ধ্বনি দি শ্বহীদগৰাকীৰ বিদেহী অাত্মাৰ সদ্গতি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰে |

Related Articles

Leave a Reply

Close