শীৰ্ষৰাষ্ট্ৰীয়

কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ ভয়ংকৰ সংঘৰ্ষ

নিউজ ডেস্ক, প্ৰথম খবৰ: জম্মু কাশ্মীৰৰ বাৰামুলা জিলাৰ বনিয়াৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। কিছুসময় পূৰ্বে আৰম্ভ হোৱা এই সংঘৰ্ষ বৰ্তমানো চলি আছে। উল্লেখ্য যে, ১১ জুনত সংঘটিত আন এটা সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছিল নিৰাপত্তা বাহিনীয়ে। ইয়াৰ পাছতে আজি এই ঘটনা সংঘটিত হয় বাৰামুলাত।

Related Articles

Leave a Reply

Close