শীৰ্ষৰাষ্ট্ৰীয়

জী উঠিল মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা ৰোগী!

নিউজ ডেস্ক, প্ৰথম খবৰ: মধ্য প্ৰদেশৰ চাট্টাপুৰৰ ৭২ বছৰীয়া এজন ব্যক্তিক চিকিৎসালয়ত ডাক্তৰে মৃত বুলি ঘোষণা কৰে। সম্পূৰ্ণ এৰাতি মৃতকক্ষত ৰখাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰৰণ কৰে। আৰু মৰণোত্তৰ কক্ষত ব্যক্তি জনক জীবিত অৱস্থাত পায়, ততাতৈয়াকৈ আকৌ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ব্যক্তি জনক কিন্তু ডাক্তৰে মৃত ঘোষণা কৰে, সমগ্ৰ পৰিক্ৰমাটোত চিকিৎসালয় আৰু ডাক্তৰ জনৰ গাফিলতিৰ বাবেই এই কাণ্ডটো সংঘটিত হয় বুলি পৰিয়ালৰ লোকে মতপোষন কৰে। ইতিমধ্যে কৰ্তৃপক্ষ আৰু ডাক্তৰ জনৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে জিলা অধীক্ষক বিষয়াই।

Related Articles

Leave a Reply

Close