ৰাষ্ট্ৰীয়

দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰ পৰা বঞ্চিত হব অসমৰ বহু মেধাবী শিক্ষাৰ্থী।

 

নিউজ ডেস্ক প্ৰথম খবৰ: শেহতীয়াকৈ দিল্লী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা প্ৰথম খন কাট অব মাৰ্কৰ তালিকা অনুসৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ কোনো শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিব নোৱাৰিব দিল্লী বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থানীয় মহাবিদ্যালয়ত, কিয়নো দিল্লী বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থানীয় মহাবিদ্যালয় সমূহৰ কাট অব মাৰ্ক ৯০ শতাংশৰ ওপৰত।ইয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে অসমৰ শিক্ষাৰ্থী সকল।

Related Articles

Leave a Reply

Close