শীৰ্ষৰাষ্ট্ৰীয়

বাৰামুলাত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী

নিউজ ডেস্ক  প্ৰথম খবৰ: কিছুসময় পূৰ্বে জম্মু আৰু কাশ্মীৰৰ বাৰামুলাৰ বনিয়াৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষৰ ফলত এটা সন্ত্ৰাসবাদী নিহত হয়। ইতিমধ্যে এই সংঘৰ্ষৰ সামৰণি পৰিছে। ইফালে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীটোৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই।

Related Articles

Leave a Reply

Close