শীৰ্ষৰাষ্ট্ৰীয়

বিহাৰত অন্ত পৰা নাই এনকেফেলাইটিছৰ সংহাৰ, নিহতৰ সংখ্যা বৃদ্ধি

নিউজ ডেস্ক, প্ৰথম খবৰ: বিহাৰৰ মুজাফপুৰ জিলাত  এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা শনিবাৰে ১২৮ জনলৈ বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি চৰকাৰৰ দ্বাৰা পৰিচালিত শ্ৰী কৃষ্ণ মেডিকেল কলেজ হাস্পতালত ১০৮টা আৰু ২০টা শিশুৰ কেজৰিৱাল হাস্পতালত মৃত্যু হয়। মুখ্য মন্ত্ৰী নীতিশ কুমাৰে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা শিশুৰ পযিয়ালক এক কালিন সাহায্য হিচাপে ২ৰপৰা ৪ লাখ টকা দিয়াৰ ঘোষণে কৰে। আনহাতে ৰোগ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন আৰু ডাক্তৰৰ নিৰ্দেশ দিয়ে।

Related Articles

Leave a Reply

Close