অসম

ভাতৃত্ববোধৰ অনুপম চানেকি 

প্ৰথম খবৰ, নিউজ ডেস্ক :উত্তৰ গুৱাহাটীৰ ৰংমহল শ্ৰী শ্ৰী হৰি মন্দিৰ নামঘৰৰ নিৰ্মাণ কাৰ্যলৈ তবিবৰ ৰহমান নামৰ মুছলমান যুৱক এজনে আৰ্থিক অনুদান আগবঢ়াইছে। নামঘৰলৈ চেক প্ৰদান কৰি উৎফুল্লিত তবিবৰক নামঘৰ প্ৰাংগণত গামোচাৰে আদৰণি জনায় স্থানীয় ৰাইজে। ৰংমহল নামঘৰত প্ৰতিষ্ঠা হোৱা যাউতিযুগীয়া একতাৰ বান্ধোনেৰে বৰ অসম গঢ়াৰ সংকল্প ল’লে হিন্দু-মুছলমানে ।

Related Articles

Leave a Reply

Close