অসমবিনোদন

শংকৰ মাধৱ শিল্পী সমাজৰ এবছৰ

ফৰেষ্টগেট যুৱনগৰ নামঘৰৰ প্ৰাংগনত শংকৰ মাধৱ শিল্পী সমাজৰ প্ৰথম বষ’পুতি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়৷ পুৱা পতাকা উত্তোলনৰ পিছত চিত্ৰাংকন কুইজ প্ৰতিযোগিতাৰ লগতে আবেলি ৩বজাৰ পৰা অসমীয়া আধুুনিক নৃত্য প্ৰতিযোগিতাও অনুষ্টিত হয় ৷ যাদুকৰ বিশ্বজিত ৰয়ৰ যাদু প্ৰদৰ্শন পিচতে মুকলি সভা ও বটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ সমাজৰ বৰ্ষপূৰ্তিত পতাকা উত্তোলন কৰে শংকৰ মাধৱ শিল্পী সমাজৰ সভাপতি দেৱজিৎ গগৈয়ে৷ দশ্বহীদ তৰ্পন কৰে যুৱনগৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ভূৱন গন্ধিয়াই৷ মুকুলি ও বটা বিতৰণী সভাত উপস্থিত থাকে কমল বৰা, ভূৱন কটকী,ইন্দ্ৰজিৎ চাংমাই, বিপুল বৰুৱা সঞ্জীৱ ৰাজখোৱা আদি৷

Related Articles

Leave a Reply

Close