অসম

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ৰাভা দিৱস

২০ জুন প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি

প্ৰাঞ্জল প্ৰতীম কাশ্যপ 

“পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা।”

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ সহস্ৰ প্ৰণিপাত জনাই সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় ৰাভা দিৱস । বিশ্বনাথ চাৰিআলিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত সংগঠনটোৱে আবেলি ৬ বজাত বন্তি জ্বলাই তেখেতক সোঁৱৰাইছে।

Related Articles

Leave a Reply

Close