Uncategorizedঅসম

হিটলাৰ মেম,ছাত্ৰীৰ চকুত সোধালে প্ৰচাণ্ড ঘোচ

নিউজ ডেস্ক প্ৰথম খবৰ:হাজোৰ আদৰ্শ বিদ্যালয়ত পৰীক্ষা গৃহৰ ভিতৰতে এজনী কণমানি ছাত্ৰীক চকুত ঘুছিয়ালে বিদ্যালয় খনৰ শিক্ষয়িত্ৰী দীপিকা মেধিয়ে। পৰীক্ষাৰ বহীত কমকৈ লিখা অজুহাতত দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ চকুত সোধালে প্ৰচাণ্ড ঘোচ। উল্লেখ্য যে, পূৰ্বেও এই গৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ এজনক নিৰ্মমভাবে প্ৰহাৰ কৰি বাতৰিৰ শিৰোনাম দশল কৰিছিল। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Close