শীৰ্ষৰাষ্ট্ৰীয়

৩০ জুনত মোদীৰ মন কী বাত

নিউজ ডেস্ক, প্ৰথম খবৰ: ৩০ জুনত পুৱা ১১ বজাৰ পৰা পুনৰ আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান মন কী বাত। এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে যে, এইবাৰ মন কী বাতত জনতাৰ কথা আগতকৈও অধিক গভীৰভাৱে বুজ ল’ব।

টুইটটোত তেওঁ উল্লেখ কৰে যে, ৰাইজে ১৮০০ ১১ ৭৮০০ ট’লফ্ৰী নম্বৰত ফোন কৰি তেওঁলোকৰ বাৰ্তাসমূহ প্ৰেৰণ কৰিব পাৰিব। ইফালে, মাই গভ অ’পেন ফ’ৰামতো সকলোৱে নিজৰ মতামত প্ৰকাশৰ সুবিধা দিয়া হৈছে।

Related Articles

Leave a Reply

Close