অসম

ৰহাৰ লাউফুলাবড়ীত বজ্ৰ পাত পৰি যুবকৰ মৃত্যু

প্ৰথম খবৰ ৰহা:- ৰহাৰ লাউফুলাবড়ীত অঘটন। বজ্ৰ পাত পৰি এজনৰ মৃত্যু। নিহত লোকজনৰ নাম উৎপল ডেকালালুং। জানিব পৰা মতে উৎপলে সোমবাৰে বিয়লি মাতৃৰ সৈতে পথাৰত কাম কৰি আছিল। কিন্তু বিয়লি প্ৰচণ্ড বৰষুণ ধুমুহা অহাত ঘৰলৈ উভতোতেই সংঘটিত হয় এই অঘটন। পিচত সংজ্ঞাহীন অৱস্থাত উৎপলক ১০৮ৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

Related Articles

Leave a Reply

Close