ৰাষ্ট্ৰীয়

কেমেৰাৰ আবদ্ধ হয় বানপানীয়ে উটুৱাই নিয়া শিহৰনকাৰী দৃশ্য

নিউজ ডেস্ক প্ৰথম খবৰ : মধ্যপ্ৰদেশৰ খাৰগনত বুধবাৰে ৰাতিপুৱা বাঢ়নী পানীয়ে উতুয়াই নিয়ে এজন বাইক আৰোহীক।সম্পূৰ্ণ ঘটনাটো এজন বক্তিয়ে তেওঁৰ মোবইল ফোনত আবদ্ধ কৰিছিল।বাঢ়নী পানীৰ মাজেৰেই ৰাজপথ অতিক্ৰম কৰিব খুজোতেই পানীৰ সোতে উটুৱাই নিয়ে যুবক জনক।পিছত স্থানীয় লোকৰ তৎপৰাত উদ্ধাৰ কৰে যুবক জনক।ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে এই দৃশ্য। উল্লেখ্য যে, বৰিষা চম্বল নদীৰ বাঢ়নী পানীয়ে মধপ্ৰদেশৰ বেছিভাগ ঠাই আৱৰি থাকে।

Related Articles

Leave a Reply

Close