শীৰ্ষৰাষ্ট্ৰীয়

কৰ্ণাটকত পুনৰবাৰ য়েডিৰূপ্পাৰ চৰকাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকত এচ.ডি.কুমাৰাস্বামীৰ চৰকাৰ পতন হোৱাৰ পিছত নতুন চৰকাৰ গঠনৰ চৰ্চা অব্যাহত থকাৰ মাজতে য়েডিৰূপ্পাই ৰাজ্যপালক সাক্ষাৎ কৰে আৰু তেওঁৰ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে ৰাজ্যপালৰ সন্মুখত।

শুক্ৰবাৰে ৰাতিপুৱা ১০বজাত য়েডিৰূপ্পাই ৰাজ্যপাল বজুভাই বালাক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। য়েডিৰূপ্পাই ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত কয় যে আজি সন্ধিয়া ৬বজাত তেওঁ মুখ্যমন্ত্ৰী পদৰ কাৰণে শপতগ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close