শীৰ্ষৰাষ্ট্ৰীয়

কৰ্ণাটকৰ বাঘজৰী ধৰিব য়েডুৰাপ্পাই!

নিউজ ডেস্ক, প্ৰথম খবৰ: কৰ্ণাটকৰ নাটকৰ অৱসান হোৱাৰ দিশে। ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব কৰ্ণাটকত। আনহাতে চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে আগবাঢ়িছে বিএছ য়েডুৰাপ্পা।

মঙলবাৰে আস্থাভোটত কংগ্ৰেছ-জেডিএছ চৰকাৰৰ পতনৰ পাছত ভাৰতীয় জনতা পাৰ্টীত এইবাৰ মুখ্যমন্ত্ৰিত্বক লৈ চলিছে ব্যাপক জল্পনা কল্পনা। তাৰ মাজতে বৰ্তমান উচ্চাৰিত হৈছে বিএছ য়েডুৰাপ্পাৰ নাম।

Related Articles

Leave a Reply

Close