ৰাষ্ট্ৰীয়

খেলপথাৰত আৰু দেখা নাযাব মাহীক

নিউজ ডেস্ক প্ৰথম খবৰ: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা সন্নাস ল’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা হেজাৰ হেজাৰ ক্ৰিকেট প্ৰেমীৰ নয়নৰ মনি মহেন্দ্ৰ সিং ধোনীয়ে। খবৰ অনুসৰি ২০১৯ৰ বিশ্বকাপ ক্ৰিকেটৰ পিছতেই আনুষ্ঠানিকভাবে বিদায় ল’ব কেপ্টেইন কুল হিচাপে চৰ্চিত হোৱা খেলুৱৈ গৰাকীয়ে।মাহীৰ বিদায়ৰ বাতৰিয়ে এতিয়া ক্ৰিকেট প্ৰেমী সকলৰ মাজত তীব্ৰ হতাশাৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close