ৰাষ্ট্ৰীয়

গছ পুলিৰ সৈতে ছেলফি তোলক  আৰু লাভ কৰক ৬০০টকা

নিউজ ডেস্ক প্ৰথম খবৰঃ ৰবিবাৰে ফৰিদাবাদত আয়োজিত এখন সভাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰে যে ৬ৰ পৰা১২ বছৰ বয়সৰ ল’ৰা ছোৱালীয়ে গছপুলি ৰোপন কৰি সেই পুলিৰ সৈতে ৬ মাহ পিছত এখন ছেলফী তোলাৰ বাবদ লাভ কৰিব পাৰিব ৬০০টকা। এই যোজনা সম্পূৰ্ণ ৩বছৰ যোৰি চলি থাকিব।সমগ্ৰ পৃথিৱীতে প্ৰদূষনৰ সমস্যা বৃদ্ধি পোৱাৰ বাবে এই প্ৰদক্ষেপ হাতত লৈছে হাৰিয়ানা চৰকাৰ খনে। হাৰিয়ানাৰ বন সুৰক্ষা মন্ত্ৰী বিপুল গোৱেলৰ নেতৃত্বত ৰাজ্যখনত অৰণ্য বৃদ্ধি কৰাৰ চেষ্টা কৰি থকা হৈছে।

Related Articles

Leave a Reply

Close