শীৰ্ষৰাষ্ট্ৰীয়

গছ পুলিৰ সৈতে ছেলফি তোলক  আৰু লাভ কৰক ধন

নিউজ ডেস্ক, প্ৰথম খবৰ: ৬ৰ পৰা১২ বছৰ বয়সৰ ল’ৰা ছোৱালীয়ে গছপুলি ৰোপণ কৰি সেই পুলিৰ সৈতে ৬ মাহ পিছত এখন ছেলফী তোলাৰ বাবদ লাভ কৰিব পাৰিব ৬০০টকা। ৰবিবাৰে ফৰিদাবাদত আয়োজিত এখন সভাত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰে। এই যোজনা সম্পূৰ্ণ ৩বছৰ জুৰি চলি থাকিব। সমগ্ৰ পৃথিৱীতে প্ৰদূষণৰ সমস্যা বৃদ্ধি পোৱাৰ বাবে এই পদক্ষেপ লৈছে হাৰিয়ানা চৰকাৰখনে। হাৰিয়ানাৰ বন সুৰক্ষা মন্ত্ৰী বিপুল গোৱেলৰ নেতৃত্বত ৰাজ্যখনত অৰণ্য বৃদ্ধি কৰাৰ চেষ্টা কৰি থকা হৈছে বুলিও দাবী কৰে হাৰিয়ানা চৰকাৰে।

Related Articles

Leave a Reply

Close