ৰাজ্যৰ খবৰ

ধেমাজি কাণ্ডৰ চুড়ান্ত ৰায়দান


নিউজ ডেস্ক প্ৰথম খবৰ:২০০৪ চনৰ ১৫ আগষ্টত ধেমাজি বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ১০ টি শিশুৰ লগতে ৩ গৰাকী মহিলাই।১৫বছৰৰ অপেক্ষাৰ অন্তত আদালতে প্ৰদান কৰিলে অন্তিম ৰায়দান, ২০১১ চনত আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটত উল্লেখ আছিল ১৫ জন অভিযুক্তৰ নাম।চুড়ান্ত ৰায়দানত আদালতে ৬ জনক দোষী সাব্যস্থ কৰে লগতে ৯ জনক দোষমুক্ত ঘোষনা কৰে।উল্লেখ্য যে আৰক্ষীৰ চাৰ্জশ্বীটত থকা ১৫জন অভিযুক্তৰ ভিতৰত ইতিমধ্যে ১ জনৰ মৃত্যু হৈছে।

Related Articles

Leave a Reply

Close