ৰাষ্ট্ৰীয়

নামভৰ্তিৰ বাবে সৃষ্টি হৈছে প্ৰতিযোগিতা

নিউজ ডেস্ক প্ৰথম খবৰঃ ডেৰাডুনস্থিত ৰাজধানীৰ ডিবিএচ পিজি আৰু এচজিআৰআৰ পিজি এই দুয়োখন কলেজত বৃহস্পতি বাৰৰ পৰা বি এচ চি পিজিএম (ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান,জীৱ বিজ্ঞান)ৰ নামভৰ্তি আৰম্ভ হয়। দেখা যায় যে নামভৰ্তিৰ বাবে দুয়োখন কলেজত প্ৰতিযোগিতাৰ সৃষ্টি হয়। প্ৰথম দিনত ডিবিএচ পিজি কলেজৰ অধক্ষ বি চি পাণ্ডে জনোৱা মতে কালি ১৬৭ৰ ১৩৬ বিএচ চি,৩১ জন বিএ ত আৰু ততোধিক নামভৰ্তি হয় বিএচ চি পিজিএম ত নামভৰ্তি হয়। আনহাতে এচ জি আৰ আৰ পিজি ৰ অধক্ষই জনোৱা মতে প্ৰথম দিনত নামভৰ্তি হৈছিল ১২০ টা তাৰ  বিএ ৰ ৫৪,বি এচ চি পিজি এম ৰ ৩৫ , বি এচ চি জেদবিজীত ৩টা আৰু বিএচ চি পি এম জি ত ১টা নামভৰ্তি হয়।

Related Articles

Leave a Reply

Close