ৰাষ্ট্ৰীয়

পত্নী,তিনি সন্তানক হত্যা কৰি চুইচাইড নোটত লিখিলে ভয়ংকৰ তথ্য

নিউজ ডেস্ক প্রথম খবৰ:দিল্লীৰ গাজিয়াবাদৰ শতাব্দীপুৰম অঞ্চলৰ প্ৰদীপ নামৰ এজন ব্যক্তিয়ে নিজ পত্নী আৰু তিনিটা কন্যা সন্তানক হত্যা কৰি নিজেও ফাঁচি কাঠত ওলমি আত্মহত্যা কৰে। আৰক্ষীয়ে মৃতদেহ কেইটা উদ্ধাৰ কৰা সময়ত প্ৰদীপৰ চুইচাইড নোট এখন লাভ কৰে। চুইচাইড নোট খনত লিখা আছিল- পত্নীয়ে পৰপুৰুষৰ লগত সম্পর্ক ৰখাৰ সন্দেহতে পত্নী আৰু তিনি সন্তানক হত্যা কৰি নিজেও আত্মহত্যা কৰিছে।

Related Articles

Leave a Reply

Close