শীৰ্ষৰাজ্যৰ খবৰ

প্ৰলয়ংকাৰী বানৰ কবলত অসম আৰু বিহাৰ

নিউজ ডেস্ক প্ৰথম খবৰ: অসম আৰু বিহাৰত এতিয়া বানে তীব্ৰ সংকট নমাই আনিছে, জানিব পৰা মতে দুয়োখন ৰাজ‌্যত এতিয়ালৈ ৭০লাখ পৰিয়াল বানৰ কবলত পৰিছে।দুয়োখন ৰাজ্যতে এতিয়ালৈ ৪০জনতকৈ অধিক লোকৰ বানত মৃত্যু হৈছে।এই প্ৰলয়ংকাৰী বানৰ ফলত এতিয়া ১,৫৩,২১১ হেক্টৰ খেতি পথাৰ এতিয়াও পানীৰ তলত আছে।অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বান সংকটৰ বিষয়ে টেলিফোন যোগে বাৰ্তালাপ কৰে।প্ৰধান মন্ত্ৰীয়ে বৰ্নাত্য সকলক সাহাৰ্য্যৰ বাবে আশ্বাস প্ৰদান কৰে।

Related Articles

Leave a Reply

Close