শীৰ্ষৰাষ্ট্ৰীয়

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়পাল ৰেড্ডী আৰু নাই!

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়পাল ৰেড্ডী আৰু নাই। হায়দৰাবাদৰ এখন ব্যক্তিগত হাস্পতালত ৭৭ বছৰ বয়সত মৃত্যু ঘটে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ। উল্লেখ্য যে, নিউমনিয়াত আক্ৰান্ত হোৱাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক। এসপ্তাহ ধৰি আইচিইউত চিকিৎসাধীন হৈ থকা ৰেড্ডী আছিল চাৰিবাৰকৈ বিধায়ক, চাৰিবাৰ লোকসভাৰ সাংসদ আৰু দুবাৰ ৰাজ্যসভাৰ সাংসদ। 

Related Articles

Leave a Reply

Close