Uncategorized

বানাক্ৰান্তলৈ তিনি বেচৰকাৰী সংস্থাৰ সাহাৰ্য্য প্ৰদান

নিউজ ডেস্ক,প্ৰথম খবৰ:
গুৱাহাটীৰ নৰ্থ ইস্ট ডিচেবল এডাল্ট ৰিহেবিলিটেশ্যন চেন্টাৰ, অমৰাৱতী চ’চাইটী আৰু স্টাৰ লাইট চ’চিয়েল ইক’নমি ডেভেলপমেন্ট কমিটি এই তিনিটা বেচৰকাৰী সংস্থাই একেলগে স্থানীয় প্ৰাগ নিউজত বানাক্ৰান্ত ৰাইজলৈ সাহাৰ্য্য আগবঢ়াই। সাহাৰ্য্যৰ ভিতৰত তেওঁলোকে খোৱাপানী,অ.আৰ.এচ,মমবাতি প্ৰদান কৰে।

Related Articles

Leave a Reply

Close