ৰাষ্ট্ৰীয়

বিহাৰত ১৩৭ লৈ বৃদ্ধি পাইছে এনকেফেলাইটিছত নিহত ৰোগীৰ সংখ্যা

নিউজ ডেস্ক প্ৰথম খবৰ:বিহাৰৰ মুজাফপুৰ জিলাত এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা বুধবাৰলে ১৩৭ জনলৈ বৃদ্ধি পাইছে। চৰকাৰী তথ্য অনুসৰি চৰকাৰৰ দ্বাৰা পৰিচালিত শ্ৰীকৃষ্ণ মেডিকেল কলেজ হাস্পতালত ১১৬ আৰু কেজৰিৱালত ২১ জন মৃত্যু হয়। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে ৰাজ্যসভাত কয় যে এয়া এক দুৰ্ভাগ্য তথা দেশৰ কাৰনে লজ্জা জনক কথা । বিহাৰৰ মুখমন্ত্ৰী নীতিশ কুমাৰে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰন কৰা শিশুৰ পৰিয়ালক এক কালিন সাহায্য হিচাপে ২ৰ পৰা ৪লাখ সাহায্য হিচাপে প্ৰদান কৰে । ৰোগ প্ৰতিৰোধৰ কাৰনে স্বাস্থ্য বিভাগ,জিলা প্ৰসাশন তথা ডাক্তৰৰ উন্নত চিকিৎসাৰ বাবে নিৰ্দেশ দিয়ে।

Related Articles

Leave a Reply

Close