শীৰ্ষৰাজ্যৰ খবৰ

ভয়াৱহ অগ্নিকাণ্ডই ভস্মীভূত কৰিলে কোটি টকাৰ সম্পত্তি 

নিউজ ডেস্ক ,প্ৰথম খবৰঃ উত্তৰ প্ৰদেশৰ মীৰাটত বুধবাৰে ৰাতিপুৱা টেলিকম কোম্পানী এটাত অগ্নিকাণ্ড সংঘটিত হয়। এই কাণ্ডই ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰে যে কাষৰ ৩টা গুদাম একেলগে ভষ্মীভূত হয়। জনা মতে উত্তৰ প্ৰদেশৰ বাগপদ পথত অৱস্থিত হিৰালাল গুদামতো সোমবাৰে ৰাতিপুৱা ভীষণ অগ্নিকাণ্ডৰ ফলত  ৩টাকৈ গুদাম দাও দাও কৈ জ্বলি নিঃশেষ হৈ যায়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে ।এই কাণ্ডত কোটি টকাৰ বয় বস্তু ভস্মীভূত হয়।

Related Articles

Leave a Reply

Close