শীৰ্ষৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত ভাঙিল নদীবান্ধ, নিহত ৬, সন্ধানহীন ১৯

নিউজ ডেস্ক প্ৰথম খবৰ: মহাৰাষ্ট্ৰত একেৰাহে হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যোৱা নিশা ৯.৩০ ত মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত নদীবান্ধ চিঙি ৬জন লোক নিহত হয়, এতিয়াও ১৯জন লোক সদ্ধানহীন হৈ আছে।এই ঘটনাটোৱে সমগ্ৰ ভাৰততে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close