শীৰ্ষৰাষ্ট্ৰীয়

মুষলধাৰ বৰষুণত উফন্দি উঠিছে নৈ, ৰাজস্থানত মৃত ১৩

নিউজ ডেস্ক, প্ৰথম খবৰ: প্ৰকৃতিৰ ৰোষত দেশৰ বিভিন্ন ৰাজ্য বৰ্তমান ভীতিগ্ৰস্ত হৈ পৰিছে। প্ৰকৃতিৰ ৰোষত এতিয়া নতুনকৈ পৰিছে ৰাজস্থান। কম পানী আৰু শুকান জলবায়ুৰ কাৰণে জনাজাত ৰাজস্থানক এতিয়া মূষলধাৰ বৰষুণে বোৱাই পেলাইছে।

একেৰাহে ৩দিন ধৰি দিয়া  বৰষুণৰ ফলত বহুত নদী আৰু হ্ৰদ সমূহ পানীৰে  উপচি পৰে। ফলত ৰাজ্যখনত ১৩ জন লোক নিহত হয়। নিহত লোকৰ ভিতৰত ৪জন জয়পুৰৰ  আৰু ৩জন জুনজুনু অঞ্চলৰ। 

Related Articles

Leave a Reply

Close