শীৰ্ষৰাষ্ট্ৰীয়

সন্ধানহীন কেফে কফি ডেৰ স্বত্বাধিকাৰী ব্যক্তি ভি জি সিদ্ধাৰ্থ

নিউজ ডেস্ক,প্ৰথম খবৰ: সোমবাৰে নিশা মাঙ্গালুৰু স্থিত নেত্ৰাৱতী নদীৰ কাষৰ পৰা কেফে কফি ডেৰ স্বত্বাধিকাৰী ব্যক্তি ভি জি সিদ্ধাৰ্থ সন্ধানহীন হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এনে উৎকণ্ঠাৰ মাজতে চৰ্চালৈ আহিছে ভি জি সিদ্ধাৰ্থই ২৭ জুলাই তাৰিখে কৰ্মচাৰী সকললৈ লিখা এখন চিঠি ।যত উল্লেখ আছে সিদ্ধাৰ্থৰ ব্যৱসায়িক ব্যৰ্থতা আৰু আয়কৰ বিভাগৰ তদন্তৰ পোৱা মানসিক যাতনা তথা নিৰাশা। পূর্ব বিদেশ মন্ত্রী এচ এম কৃষ্ণ ৰ জ জোৱায়েক তথা প্ৰতিস্থিত ব্যৱসায়ীৰ সন্ধানহীন ঘটনাই পৰিয়ালবৰ্গৰ মাজত তীব্র আশংকাৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close