আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

হাফিজ ছঈদক গ্ৰেপ্তাৰ, ট্ৰাম্পৰ টুইট

নিউজ ডেস্ক, প্ৰথম খবৰ: হাফিজ ছঈদৰ গ্ৰেপ্তাৰ প্ৰসংগত টুইট কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এটা দশক ধৰি মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডজনক গ্ৰেপ্তাৰ কৰাৰ বাবে সময় ল’লে পাকিস্তানে। ট্ৰাম্পে প্ৰকাশ কৰে যে বিগত দুটা বছৰ ধৰি চাপ প্ৰয়োগ কৰি থকাৰ অন্ততহে হাফিজ ছঈদক পাকিস্তানত গ্ৰেপ্তাৰ কৰা হয়। দুৰ্ধৰ্ষ উগ্ৰপন্থীজনক গ্ৰেপ্তাৰ কৰাৰ সময়তে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাপ্ৰতাপী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক টুইটে তাৎপৰ্য বহন কৰিছে।

Related Articles

Leave a Reply

Close