শীৰ্ষৰাষ্ট্ৰীয়

“হিন্দু মৰিছে আৰু মৰক”

নিউজ ডেস্ক প্ৰথম খবৰ: পুণৰ বিতৰ্কত পশ্চিম বংগৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষ।চোছিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে সভাপতি গৰাকীৰ বিতৰ্কিত মন্তব্যটি।ভিডিঅ’ টোত শুনা গৈছে- হিন্দুসকল বহুবাৰ মৰিছে, আৰু মৰক।এই ভিডিঅ’টোৱে এতিয়া সমগ্ৰ ভাৰতবৰ্ষ তোলপাৰ লগাইছে।কিন্ত বিজেপি দলে কয় যে ভিডিঅ’টোৰ কোনো সত্যতা নাই।কোনোবাই সভাপতি গৰাকীক হেয় প্ৰতিপন্ন কৰিবলৈ ভিডিঅ’টো সম্পাদন কৰিছে।কাৰণ ভিডিঅ’টোত স্পষ্টকৈ গম পোৱা নাযায় তেওঁৰ মুখমণ্ডল।পিছফালৰ পৰা লোৱা হৈছিল ভিডিঅ’টো।

Related Articles

Leave a Reply

Close