ৰাষ্ট্ৰীয়
৩৪০০০ খালী পদত শীঘ্ৰেই চাকৰি

নিউজ ডেস্ক প্ৰথম খবৰ:পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষনা কৰে যে বৰ্তমান বিভিন্ন বিভাগত ৩৪০০০ পদ খালী হৈ আছে।আৰু সেই খালী হৈ থকা বিভিন্ন পদ সমূহ গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি, গ্ৰুপ ডি, ত অতি শীঘ্ৰেই নিয়োগ কৰিব কৰ্মচাৰী।মমতাৰ এই ঘোষনাই এতিয়া পশ্চিম বংগৰ শিক্ষিত নিবনুৱাৰ মাজত কিছু আশাৰ ৰেঙনি কঢ়িয়াই লৈ আহিছে।