আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

৬.৯ প্ৰাবল্যৰ ভূঁইকঁপত কঁপি উঠিল ইণ্ডোনেছিয়া, ছুনামীৰ আশংকা

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰিখটাৰ স্কেলত ৬.৯ প্ৰাবল্যৰ এক ভয়ংকৰ ভুঁইকঁপে জোকাৰি গ’ল ইণ্ডোনেছিয়াক। ইফালে এই ভূঁইকঁপৰ পাছত ছুনামিৰ আশংকা কৰা হৈছে। আতংকিত হৈ পৰা একাংশ জনতাক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিছে ইণ্ডোনেছিয়া চৰকাৰে।

Related Articles

Leave a Reply

Close