অসম

অনুসূচিত যুৱ ছাত্র পৰিষদ অসমৰ প্ৰধানমন্ত্ৰী লৈ স্মাৰক প্ৰত্ৰ প্ৰদান

প্ৰথম খবৰ, মঙলদৈ- আজি মঙ্গলদৈ ৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ আস্হানত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমে তেওঁ লোকৰ প্ৰাপ্য সাংবিধানিক অধিকাৰ ৰ যাতে সংৰক্ষণ হয় তাৰ প্ৰতিবাদ সাব্যস্ত কৰি জিলাৰ উপায়ুক্ত ৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে ।মুলতঃ সংগঠন টিয়ে স্বায়ত্ব শাসন ,সংৰক্ষণ আইন মানি চলা,চাকৰি খেত্ৰত থকা বেকলগ পুৰণ কৰা বিষয় সন্নিবিষ্ট কৰি কেন্দ্ৰীয় চৰকাৰৰ সমাজ কল্যাণ বিভাগ,অনুসূচিত জাতি সঞ্চালকালয়,পাহাৰ ভৈয়ামৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে থকা বিভিন্ন বিভাগৰ সঞ্চালকালয় সমুহৰ প্ৰতি ও দৃষ্টি আকৰ্ষণ কৰিছে এই স্মাৰক প্ৰত্ৰৰ জৰিয়তেবুলি সংগঠন টিৰ সম্পাদক ডিম্বেশ্বৰ দাস,সভাপতি গজেন দাস আৰু সাংস্কৃতিক সম্পাদক নৱকুমাৰ দাসে প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ।

Related Articles

Leave a Reply

Close