ৰাষ্ট্ৰীয়

অসমৰ বৰ্ন্যাতলৈ ভোডাফোন আৰু আইডিয়াৰ বিশেষ সেৱা

নিউজ ডেক্স,প্ৰথম খবৰ:দুখৰ মাজটো সুখৰ সঞ্চাৰ বোৱাবলৈ অসমৰ বানাক্ৰান্ত সকলৰ মাজলৈ সহায়ৰ বাবে আগবাঢ়ি আহিছে অন্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে দূৰসংযোগ প্ৰতিষ্ঠান ভোডাফোন আৰু আইডিয়া। এই প্ৰতিষ্ঠানটোৱে ১০লাখ গ্ৰাহকক বিনামূলীয়া ডাটা আৰু ভয়চ কলিঙ ৰ সুবিধা প্ৰদাণ কৰাৰ ব্যৱস্থা কৰিছে অসমৰ বানাক্ৰান্ত লোকলৈ। যাৰ ফলত কিছু পৰিমাণে হলেও লাভাম্বিত হব সংকটপূৰ্ণ অবস্থাত থকা বানাক্ৰান্ত পৰিয়াল সমূহ। ইয়াৰ ওপৰিও এই প্ৰতিষ্ঠানটোৱে খাদ্য আৰু খোৱা পানী যোগান ধৰিছে বানপীড়িতৰ বাবে স্থাপন কৰা শিবিৰ সমূহত।

Related Articles

Leave a Reply

Close