অসমশীৰ্ষ

কংগ্ৰেছ নেতা মুকুল শৰ্মাৰ মৃত্যু

নিউজ ডেস্ক, প্ৰথম খবৰ: জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অধিবক্তা মুকুল শৰ্মাৰ মৃত্যু৷ ছাত্ৰাৱস্থাত কটন কলেজ ছাত্ৰ একতা সভাৰো সম্পাদক আছিল মুকুল শৰ্মা৷ শৰ্মাৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি নেতা-কৰ্মীৰ শোক প্ৰকাশ৷

Related Articles

Leave a Reply

Close