অসম

গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে-উদেষ্ণাই

প্ৰথম খবৰ,পাৰ্থপ্ৰতীম বৰুৱা: গোলাঘাট জিলা প্ৰশাসন আৰু ভাৰতীয় শিশু কল্যান পৰিষদৰ উদ্যোগত গোলাঘাট বাসী ৰাইজৰ সহযোগত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে গোলাঘাট সমন্নয় ক্ষেত্ৰত জিলা ভিত্তিত আয়োজন কৰা সংগীত প্ৰতিযোগীতাত বাদুলিপাৰৰ সমিপৱৰ্তী ৰঙামাটি চেউনীগাঁওৰ বাসিন্দা প্ৰশান্ত বৰবৰা আৰু ৰাজুমনি বৰবৰাৰ জেষ্ঠ কন্যা, গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম মান শ্রেণীৰ ছাত্ৰী উদেষ্ণা বৰবৰাই জিলাখনৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হয়।ছাত্ৰীগৰাকীৰ এনে সফলতাই পিতৃ-মাতৃ তথা গাঁওখনৰ লগতে বিদ্যালয় খনলৈও গৌৰৱ কঢ়িয়াই আনিছে।

Related Articles

Leave a Reply

Close