অসমশীৰ্ষ

নিৰ্মাণ হ’বই নামনি সোৱনশিৰি বান্ধ, চৰকাৰ- এনএইচপিচিৰ চুক্তি

নিৰ্মাণ হ’বই নামনি সোৱনশিৰি বান্ধ, চৰকাৰ- এনএইচপিচিৰ চুক্তি

প্ৰথম খবৰ ব্যুৰ’:
NHPC-অসম চৰকাৰৰ মাজত সম্পন্ন হ’ল বুজাবুজিৰ চুক্তি ৷শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ চুক্তি স্বাক্ষৰ কৰিলে ৰাজ্য চৰকাৰে৷ বাৰিষাৰ পিছতে আৰম্ভ হ’ব কাম ৷ দিছপুৰত এনএইচপিচি আৰু চৰকাৰী প্ৰতিনিধিৰ বৈঠকত স্বাক্ষৰিত চুক্তি মৰ্মেই কাম কাজ আগবাঢ়িব নামনি সোৱণশিৰী জল বিদ্যুত প্ৰকল্পৰ৷

Related Articles

Leave a Reply

Close