আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ফেক নিউজৰ বিৰুদ্ধে ব্ৰিটিছ প্ৰধানমন্ত্ৰী জনছন

নিউজ ডেস্ক, প্ৰথম খবৰ: উৰাবাতৰিৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে নৱনিৰ্বাচিত ব্ৰিটিচ প্ৰধানমন্ত্ৰী বৰিছ জনছন। ব্ৰিটেইনত বিশেষ ভেকচিনৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত বিভিন্ন আলোচনা-বিলোচনা চলি থকাৰ বাবে শিশুসকলৰ মাজত টীকাকৰণত প্ৰভাৱ পৰিছে।

এনে অৱস্থাত ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে আটাইবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ শীৰ্ষস্থানীয় মুৰব্বীসকলক এনেধৰণৰ আলোচনা আঁতৰাই পেলাবলৈ আহ্বান জনাইছে। 

Related Articles

Leave a Reply

Close