অসম

বিধায়ক শিলাদিত্য দেৱক সকিয়নী মঙলদৈত

প্ৰথম খবৰ, মঙলদৈ- এইবাৰ বিতৰ্কিত শিলাদিত্যৰ বিৰুদ্ধে সৰব হৈ পৰিছে দৰং গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ৷ আজানপীৰ আৰু অসমীয়া জাতিক অপমানৰ প্রতিবাদত মঙলদৈত শিলাদিত্যৰ প্রতিকৃতি দাহ
অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐক্য সংহতি আৰু জাতীয়তাবাদ ধ্বংস কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে বিতর্কিত বিধায়ক শিলাদিত্য দেৱ৷ ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশৰ প্রাক্ ক্ষণত সাম্প্রদায়িক বিষবাস্প বিয়পাই অসমীয়া খিলঞ্জীয়া জাতিসত্তাৰ মাজত ভুল বুজাবুজি সৃষ্টিৰে ঐক্যবদ্ধ অসমীয়া জাতিক তচনচ কৰাৰ গভীৰ ষড়যন্ত্রত লিপ্ত হৈছে বাংলাদেশী বিধায়ক শিলাদিত্য..এই অভিযোগ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ

Related Articles

Leave a Reply

Close