আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ভাৰত-পাকিস্থানক শান্তি শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ

নিউজ ডেক্স, প্ৰথম খবৰ:জম্মু-কাশ্মীৰৰ পৰা ৩৭০ধাৰা প্ৰত্যাহাৰৰ পিছতে এতিয়া ভাৰত-পাকৰ মাজত তীব্ৰ সংঘাট দেখা গৈছে।ভাৰত-পাকিস্থানৰ সংঘাটৰ আকাংশা কৰি ৰাষ্ট্ৰসংঘৰ মহাসচিব আন্টনিও গুয়েতেৰেসে জম্মু-কাশ্মীৰ প্ৰসংগত সংযত থাকিবলৈ দুয়োখন দেশকে নিৰ্দেশ দিয়ে।মহাসচিবে নিজৰ বক্তব্যত চিমলা চুক্তিৰ প্ৰসংগ তুলি ধৰে আৰু কয় যে দক্ষিণ এছিয়াত শান্তি শৃংখলা বজাই ৰাখিবলৈ দুয়োখন দেশেই সংযত থকা দৰকাৰ লগতে কয় যে চিমলা চুক্তি অনুসৰি কাশ্মীৰ প্ৰসংগত কোনো তৃতীয় পক্ষই হস্তক্ষেপ কৰিব নোৱাৰিব।

Related Articles

Leave a Reply

Close