অসমশীৰ্ষ

শিৱসাগৰৰ সোনতলিচিগাত শোকাৱহ পথ দূৰ্ঘটনা

প্ৰথম খবৰ,অপূৰ্ব ভূঞা, শিৱসাগৰ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা অন্তৰ্গত সোনতলিচিগা সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা গ্ৰস্ত হৈ বন বিভাগৰ চাৰিজন বনকৰ্মী নিহত । আঞ্চলিক বন বিষয়া সহ দুজন গুৰুতৰ ভাৱে আহত । শিৱসাগৰ জিলাৰ গৌৰীসাগৰ সোনতলিছিগাত ভয়াবহ দুৰ্ঘটনা।বন বিভাগৰ লোক কঢ়িয়াই অনা গাড়ী দুৰ্ঘটনা। ঠিতাতে নিহত চাৰিজন বনকৰ্মী । আহত দুজননিহত ব্যক্তি কেইজন হ’ল-প্ৰশান্ত দত্ত(ফৰেষ্ট গাৰ্ড), বিপুল হাজৰিকা (ফৰেষ্ট গাৰ্ড) , নিজাম আহমেদ(ড্ৰাইভাৰ) আৰু প্ৰিয়ম মেচ।গুৰুতৰভাৱৰ আহত বুবুল বৰুৱা (ৰেঞ্জাৰ) আৰু নিজামুদ্দিন আহমেদ(ফৰেষ্ট গাৰ্ড)।

Related Articles

Leave a Reply

Close