ৰাষ্ট্ৰীয়

হ্ৰাস হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

নিউজ ডেক্স,প্ৰথম খবৰ: আজিৰে পৰা হ্ৰাস হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৬২ টকালৈ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১২৫ টকালৈ হ্ৰাস।ঘৰুৱা প্ৰতিটো চিলিণ্ডাৰৰ পূৰ্বৰ দাম ৬৮০.৫০ টকা।বৰ্তমান মূল্য ৬১৮.৫০ টকা।বাণিজ্যিক প্ৰতিটো চিলিণ্ডাৰৰ পূৰ্বৰ দাম আছিল১২৩৪.৫০ টকা বৰ্তমান মূল্য ১১০৯.৫০ টকা

Related Articles

Leave a Reply

Close