শীৰ্ষৰাষ্ট্ৰীয়

৬দিনত পেট্ৰ’লৰ মূল্য হ্ৰাস পালে ৫৮পইচালৈ

নিউজ ডেস্ক, প্ৰথম খবৰ: একেৰাহে ৬দিনৰ বাবে পেট্ৰ’লৰ মূল্য হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে। ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্য ৯পইচালৈ হ্ৰাস হৈ গৈছে। উল্লেখ্য যে এই ছয় দিনত ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লত ৫৮পইচাকৈ হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে। ৰাজধানী দিল্লীৰ লগতে ক’লকাতা আৰু মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লত ৯পইচাকৈ আৰু চেন্নাইত ১০পইচাকৈ হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ সমান্তৰালভাৱে ডিজেলৰ মূল্যৰ কোনোধৰণৰ হ্ৰাস-বৃদ্ধিৰ বিষয়ে সঠিকভাৱে জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close